Justice Surya Kant sworn in as 53rd Chief Justice of IndiaJustice Surya Kant sworn in as 53rd Chief Justice of India

Share and Enjoy !

Shares

আজি দেশৰ ৫৩সংখ্যক মুখ্য ন্যায়ধীশৰূপে শপত গ্ৰহণ সূৰ্য কান্তৰ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপত বাক্য পাঠ কৰালে ন্যায়াধীশ সূৰ্য কান্তক। বি আৰ গভয়ৰ স্থলাভিষিক্ত হ’ল সূৰ্যকান্ত।

শপতগ্ৰহণত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

শপত লৈয়ে মুখ্য ন্যায়াধীশ সূৰ্য কান্তই প্ৰধানমন্ত্ৰী মোদীসহ উপস্থিত থকা অন্য অতিথিসকলক সাক্ষাৎ কৰে ।

ভাৰতীয় ন্যায়পালিকাৰ ইতিহাসত প্ৰথমবাৰলৈ দেশৰ মুখ্য ন্যায়াধীশৰ শপতগ্ৰহণ সমাৰোহত উপস্থিত থাকে ব্ৰাজিলসহ সাতখন দেশৰ মুখ্য ন্যায়াধীশ।

শপতগ্ৰহণ কৰিয়েই আশিস ল’লে জ্যেষ্ঠ ভাতৃ-ভগ্নীৰ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *