কাইলৈ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব ৰামচৰণ ভৰালীৰ অন্তেষ্টিক্ৰিয়া।কাইলৈ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব ৰামচৰণ ভৰালীৰ অন্তেষ্টিক্ৰিয়া।

Share and Enjoy !

Shares

জনপ্ৰিয় পাঠক, অসম নাগাৰা নাম সন্থাৰ সভাপতি ৰামচৰণ ভৰালী আৰু নাই।

নিশা ১২:২০ বজাত ইহসংগাৰ ত্যাগ কৰে বিশিষ্ট নাগাৰা নামৰ শিল্পীজনে।

নলবাৰীৰ কুমাৰীকাটাৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ প্ৰবীণ শিল্পীগৰাকীৰ।

নাগাৰা নামক অনন্য মাত্ৰা প্ৰদান কৰিছিল প্ৰয়াত ৰামচৰণ ভড়ালীয়ে।

ৰামচৰণ ভড়ালী বিয়োগত শোকৰ ছাঁ পৰিছে ৰাজ্যজুৰি।

কাইলৈ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব ৰামচৰণ ভৰালীৰ অন্তেষ্টিক্ৰিয়া।

নলবাৰীৰ কুমাৰীকাটাৰ নিজ বাসগৃহৰ চৌহদত সম্পন্ন হ’ব অন্তেষ্টিক্ৰিয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *