গোৱাৰ নাইট ক্লাবত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ।
বিস্ফোৰণৰ পাছতে নাইট ক্লাবটোত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিদগ্ধ হৈ ৩ গৰাকী মহিলাসহ ২৫ গৰাকীকৈ লোকৰ মৃত্যু।
নিহতৰ ভিতৰত আছে ক্লাবৰ ১৪ কৰ্মচাৰী, ৪ জন বিদেশী পৰ্যটকো।
আহত ৬ গৰাকী সম্প্ৰতি চিকিৎসাধীন।
গোৱাৰ নাইট ক্লাবত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ। বিস্ফোৰণৰ পাছতে নাইট ক্লাবটোত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিদগ্ধ হৈ ৩ গৰাকী মহিলাসহ ২৫ গৰাকীকৈ লোকৰ মৃত্যু। নিহতৰ ভিতৰত আছে ক্লাবৰ ১৪ কৰ্মচাৰী, ৪ জন বিদেশী পৰ্যটকো। আহত ৬ গৰাকী সম্প্ৰতি চিকিৎসাধীন। গোৱাৰ নাইট ক্লাবত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ।
বিস্ফোৰণৰ পাছতে নাইট ক্লাবটোত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিদগ্ধ হৈ ৩ গৰাকী মহিলাসহ ২৫ গৰাকীকৈ লোকৰ মৃত্যু।
নিহতৰ ভিতৰত আছে ক্লাবৰ ১৪ কৰ্মচাৰী, ৪ জন বিদেশী পৰ্যটকো।
আহত ৬ গৰাকী সম্প্ৰতি চিকিৎসাধীন।