Share and Enjoy !

Shares

অসম নাট্য সন্মিলন কামপীঠ মণ্ডলৰ চতুৰ্দশ দ্বি- বাৰ্ষিক অধিবেশনৰ দিনাংক সাল- সলনি।

১৭ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ পৰিবৰ্তে অধিবেশনখন আৰম্ভ হ’ব ২১ডিচেম্বৰৰ পৰা দেওবাৰে নগাঁও জিলাৰ মুখ্য কাৰ্যালয়ত অসম নাট্য সন্মিলনে সংবাদ মেলৰ যোগেদি ঘোষণা কৰিলে অধিবেশনৰ কাৰ্যক্ৰমণিকা

অভিনেতা ৰূপত দেখিব অসম বিধাসভাৰ উপাধক্ষ্য ডা নোমল মমিনে।

অসম নাট্য সন্মিলন কামপীঠ মণ্ডলৰ চতুৰ্দশ দ্বি – বাৰ্ষিক অধিবেশন আৰু কাৰ্বি আংলং জিলা সমিতিৰ দ্বি – বাৰ্ষিক অধিবেশনৰ দিন সাল সলনি। ১৭,১৮,১৯ আৰু ২০ ডিচেম্বৰ অনুষ্ঠিত হ’ব লগীয়া অধিবেশন খন আৰম্ভ হ’ব ২১,২২,২৩আৰু ২৪ ডিচেম্বৰ পৰা। গোলাঘাট জিলাৰ বোকাজান ক্ৰিয়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হব লগীয়া অধিবেশন খনি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বাবে সাল সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰিলে অসম নাট্য সন্মিলনে।। কিন্তু পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰিয়ে অধিৱেশনৰ ২২আৰু ২৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব পূৰ্ণাংগ নাট প্ৰতিযোগিতা। ২৪ ডিচেম্বৰত জেষ্ঠ নাগৰিক সকলৰ দ্বাৰা নাট প্ৰদৰ্শনৰ কৰা হব, য’ত অভিনয় কৰিব অসম বিধাসভাৰ উপাধক্ষ্য ডাঃ নোমল মমিনে।

Leave a Reply

Your email address will not be published. Required fields are marked *