ছুপাৰষ্টাৰ ছলমান খানক সন্ত্ৰাসবাদী ঘোষণা পাকিস্তানৰছুপাৰষ্টাৰ ছলমান খানক সন্ত্ৰাসবাদী ঘোষণা পাকিস্তানৰ

Share and Enjoy !

Shares

নগাঁৱত উদ্ধাৰ প্ৰকাণ্ড অজগৰ ।

 

প্ৰায় ১৫ ফুট দৈৰ্ঘ্যৰ প্ৰকাণ্ড অজগৰ উদ্ধাৰ।

 

নগাঁও চহৰৰ কাষৰীয়া বৰভেটীৰ স্বতীষ দাসৰ ঘৰত শনিবাৰে নিশা গৃহস্থে প্ৰত্যক্ষ কৰে প্ৰকাণ্ড অজগৰডাল।

 

জিলাখনৰ এটা বেচৰকাৰী উদ্ধাৰকাৰী দলে কেইবাঘন্টা যোৰা চেষ্টাৰ পিছত উদ্ধাৰ কৰে অজগৰটো।

 

বেচৰকাৰী উদ্ধাৰকাৰী দলে অজগডাল উদ্ধাৰ কৰি বন বিভাগত চমজাই দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *