‘জুবিন গাৰ্গক এচাম উদণ্ডই সুৰাৰ জৰিয়তে জীয়াই ৰাখিব বিচাৰে’। ‘জুবিনক সুৰা নহয়, সৃষ্টিৰ জৰিয়তে জীয়াই ৰাখিব লাগে’।‘জুবিন গাৰ্গক এচাম উদণ্ডই সুৰাৰ জৰিয়তে জীয়াই ৰাখিব বিচাৰে’। ‘জুবিনক সুৰা নহয়, সৃষ্টিৰ জৰিয়তে জীয়াই ৰাখিব লাগে’।

Share and Enjoy !

Shares

পুনৰ জুবিনক্ষেত্ৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। সংবাদ মাধ্যমৰ আগত ৰাজ্য চৰকাৰে জাৰি কৰিছিল বিশেষ নিৰ্দেশনাক মন্তব্য

 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘অসমৰ ৰাইজৰ সন্মুখত এটা গুৰুত্বপূৰ্ণ দায়িত্ব আহিব যে জুবিন গাৰ্গক আমি গানেৰে জীয়াই ৰাখিম নে মদেৰে জীয়াই ৰাখিম?’’

 

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘এচাম লোকে মদেৰে জীয়াই ৰাখিব বিচাৰিছে জুবিন গাৰ্গক। অসমৰ ৩ কোটি ৫০ লাখ মানুহে জুবিনক সৃষ্টি, গান, প্ৰতিভাৰে জীয়াই ৰাখিব বিচাৰে। কিছুমানে জুবিন গাৰ্গৰ অন্য এটা পৰিচয় সমাজক দিব বিচাৰে।’’

 

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘জুবিনক্ষেত্ৰক মন্দিৰ-তীৰ্থস্থানলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লওক ৰাইজে। জুবিন অনুৰাগীয়ে এনে সিদ্ধান্ত ল’লে কিবা এটা কৰিবলৈ চৰকাৰেও বল পাব।’

Leave a Reply

Your email address will not be published. Required fields are marked *