পশ্চিম বৰাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড;চাৰিখনকৈ ট্ৰাক জ্বলি ভস্মীভূতপশ্চিম বৰাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড;চাৰিখনকৈ ট্ৰাক জ্বলি ভস্মীভূত

Share and Enjoy !

Shares

পশ্চিম বৰাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।

 

চাৰিখনকৈ ট্ৰাক জ্বলি ভস্মীভূত ।

 

বৰাগাঁৱৰ Sarma Parking সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।

 

পাৰ্কিংত আছিল বহু বাণিজ্যিক বাহন ।

 

বিতুমিনৰ কেমিকেলৰ পৰা অগ্নিৰ সূত্ৰপাত ।

 

অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম ঘটনাস্থলীত।

Leave a Reply

Your email address will not be published. Required fields are marked *