অসমৰ প্ৰাণৰ শিল্পী বিহীন দুটা মাহঅসমৰ প্ৰাণৰ শিল্পী বিহীন দুটা মাহ

Share and Enjoy !

Shares

অসমৰ প্ৰাণৰ শিল্পী বিহীন দুটা মাহ অৰ্থাত ৬০ টা দিন পাৰ কৰিলে অনুৰাগীসকলে।

১৯ ছেপ্টেম্বৰ, শুকুৰবাৰ। হঠাতে আহিছিল এক অনকাংশিত খবৰ। কোনেও কাহানিও নভবা এটা খবৰ। যি খবৰে সকলো স্তব্ধ কৰি পেলাইছিল।। মুহূৰ্তত ৰূপ সলাইছিল প্ৰকৃতিয়ে। ১৯ ছেপ্টেম্বৰৰ দিনটোতে ছিংগাপুৰৰ পৰা আহিছিল অসমবাসীয়ে কোনোকালে কল্পনা কৰিব নিবিচৰা সেই খবৰটো।

‘‘জুবিন গাৰ্গ আৰু নাই’’…

ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ গৈ সাগৰ তলিতে চিৰদিনৰ বাবে শুই পৰিল অসমৰ প্ৰাণ। অসমে হেৰালে সুৰ-সংগীত, সম্পদ আৰু জুবিন নামৰ এটা সত্বা।

আজি দুটা সম্পূৰ্ণ হ’ল যদিও আজিও অসমবাসীয়ে মানিব ল’ব পৰা নাই সকলোৰে প্ৰাণৰ শিল্পীগৰাকী যে নাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *