Share and Enjoy !

Shares

অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ ৭৮ তম্ প্ৰতিষ্ঠা দিৱসটি নগাঁও শাখাত উদযাপন কৰা হয়। এই দিবসৰ লগত সংগতি ৰাখি বিশেষ ৰেহাই আঁচনি গ্ৰাহক সকলৰ বাবে  আগবঢ়াইছে । অনাদায়ী ঋণ বুজাবুজিৰ মাধ্যমেৰে বন্ধ কৰাৰ সোণালী সুযোগ পাব গ্ৰাহকসকলে।
৮ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ অব্যাহত থাকিব এই সুযোগ।

উল্লেখ্য যে,  কো-অপাৰেটিভ এপেক্স বেংকে ২০২৪-২০২৫ বিত্তীয় বৰ্ষত যোৱা ৭৫ বছৰৰ ভিতৰত সৰ্বাধিক লাভ(Gross Profit) অৰ্জন কৰিবলৈ সক্ষম হৈছে। বেংকটোৰ এই সবল বিত্তীয় অৱস্থাত উপনীত কৰোৱাত লোৱা অগ্রনী ভূমিকাৰ বাবে সকলো গ্রাহকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে বেংক কর্তৃপক্ষই।

Leave a Reply

Your email address will not be published. Required fields are marked *