Share and Enjoy !

Shares

*অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৫৫ জন শ্বহীদক সুৱঁৰিলে ৰাজ্যবাসীয়ে।

*কেন্দ্ৰীয়ভাৱে গুৱাহাটীত শ্বহীদ দিৱস উদযাপনৰ সমান্তৰালকৈ শিৱসাগৰটো চৰকাৰীভাবে অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ।

*শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ডিং খেলপথাৰত আয়োজিত শ্বহীদ দিৱসত উপস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা।

*অসম আন্দোলনৰ শ্বহীদক সুঁৱৰি শ্ৰদ্ধাঞ্জলি মন্ত্ৰীগৰাকীৰ।

*কেইবাটাও শ্বহীদ পৰিয়ালক সম্বৰ্ধনা মন্ত্ৰী বিমল বৰাৰ।

*চৰকাৰৰ পদক্ষেপত উৎফুল্লিত শ্বহীদ পৰিয়াল।

*শ্বহীদ পৰিয়ালক অধিক চৰকাৰী সা-সুবিধা প্ৰদানৰ আহ্বান পৰিয়ালৰ লোকৰ।

*গুৱাহাটীৰ পশ্চিম বৰাগাৱত শ্বহীদ স্মাৰক উদ্ধোধনৰ দৃশ্য ভাৰ্ছুৱেলি প্ৰত্যক্ষ কৰিলে দুই সহস্ৰাধিক ৰাইজে।

*মুখ্যমন্ত্ৰীৰ ভাষণৰ পাছতেই দুই সহস্ৰাধিক লোকে পৰিবেশন কৰিলে সুধাকণ্ঠৰ কালজয়ী গীত “শ্বহীদ প্ৰণামো তোমাক”।

Leave a Reply

Your email address will not be published. Required fields are marked *