“কংগ্ৰেছৰ মানুহবোৰক সৰুতে মাকে মিঠাতেল দি মালিছ কৰা নাছিল,কাৰণ মাকে গম পাইছিল ডাঙৰ হৈ তেওঁলোক ডাক্তৰ-ইঞ্জিনিয়াৰ নহয় কংগ্ৰেছহে হ’ব”“কংগ্ৰেছৰ মানুহবোৰক সৰুতে মাকে মিঠাতেল দি মালিছ কৰা নাছিল,কাৰণ মাকে গম পাইছিল ডাঙৰ হৈ তেওঁলোক ডাক্তৰ-ইঞ্জিনিয়াৰ নহয় কংগ্ৰেছহে হ’ব”

Share and Enjoy !

Shares

আজি নগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা। নগাঁৱৰ নেহৰুবালিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।কৰে লগতে বিৰোধী দল কংগ্ৰেছ তীক্ষ্ণ সমালোচনা কৰে ।

 

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,। ‘‘কংগ্ৰেছে মাকৰ মৰমো বুজি নাপায়। কংগ্ৰেছে মিঠাতেল লৈ মোক জোকাই, কংগ্ৰেছৰ মানুহবোৰক সৰুতে মাকে মিঠাতেল দি মালিছ কৰা নাছিল। কাৰণ মাকে গম পাইছিল ডাঙৰ হৈ তেওঁলোক ডাক্তৰ-ইঞ্জিনিয়াৰ নহয় কংগ্ৰেছহে হ’ব”।

 

“বিধানসভাত কংগ্ৰেছে অৰুণোদয় নাপালে অভিযোগ কৰে, বাহিৰত আকৌ হিতাধিকাৰী বনাইছে বুলি সমালোচনা কৰে। কংগ্ৰেছৰ দিনত ঘোচ দিলেহে চাকৰি পাইছিল। এতিয়া ৰিক্সাৱালা-ঠেলাৱালাৰ সকলোৰে সন্তানে চাকৰি পায়। ফেব্ৰুৱাৰীত আৰু ডাঙৰ উপহাৰ দিম এতিয়া নকওঁ। কংগ্ৰেছে দিবটো পৰাই নাছিল, গঁড়ৰ খৰ্গটোও বিক্ৰী কৰিছিল। ৰাহুল গান্ধী-ছোনিয়া গান্ধীয়ে কি তেল খাই নাজানো আ।’’

Leave a Reply

Your email address will not be published. Required fields are marked *