গোৱাৰ নাইট ক্লাবত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ। বিস্ফোৰণৰ পাছতে নাইট ক্লাবটোত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিদগ্ধ হৈ ৩ গৰাকী মহিলাসহ ২৫ গৰাকীকৈ লোকৰ মৃত্যু। নিহতৰ ভিতৰত আছে ক্লাবৰ ১৪ কৰ্মচাৰী, ৪ জন বিদেশী পৰ্যটকো। আহত ৬ গৰাকী সম্প্ৰতি চিকিৎসাধীন।গোৱাৰ নাইট ক্লাবত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ। বিস্ফোৰণৰ পাছতে নাইট ক্লাবটোত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিদগ্ধ হৈ ৩ গৰাকী মহিলাসহ ২৫ গৰাকীকৈ লোকৰ মৃত্যু। নিহতৰ ভিতৰত আছে ক্লাবৰ ১৪ কৰ্মচাৰী, ৪ জন বিদেশী পৰ্যটকো। আহত ৬ গৰাকী সম্প্ৰতি চিকিৎসাধীন।

Share and Enjoy !

Shares

গোৱাৰ নাইট ক্লাবত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ।

বিস্ফোৰণৰ পাছতে নাইট ক্লাবটোত বিধ্বংসী অগ্নিকাণ্ড।

অগ্নিদগ্ধ হৈ ৩ গৰাকী মহিলাসহ ২৫ গৰাকীকৈ লোকৰ মৃত্যু।

নিহতৰ ভিতৰত আছে ক্লাবৰ ১৪ কৰ্মচাৰী, ৪ জন বিদেশী পৰ্যটকো।

আহত ৬ গৰাকী সম্প্ৰতি চিকিৎসাধীন।

Leave a Reply

Your email address will not be published. Required fields are marked *