চাঞ্চল্যকৰ ঘটনা! দৰঙৰ খাৰুপেটীয়াত গ্ৰেপ্তাৰ জেহাদীক চাঞ্চল্যকৰ ঘটনা! দৰঙৰ খাৰুপেটীয়াত গ্ৰেপ্তাৰ জেহাদীক

Share and Enjoy !

Shares

পুনৰ ৰাজ্যত পোহৰলৈ আহিছে চাঞ্চল্যকৰ ঘটনা।

দৰঙৰ খাৰুপেটীয়াত গ্ৰেপ্তাৰ জেহাদীক। বুধবাৰে গ্ৰেপ্তাৰ কৰা হয় মুনছেৰ আলী নামৰ এটা জেহাদীক

জানিব পৰা মতে, তেহৰিক-ই-তালিবান পাকিস্তান নামৰ পাক জেহাদী গোট এটাৰ সৈতে আছে মুনছেৰৰ সম্পৰ্ক। আৰাকান ৰহিংগ্যা ছেলভেচন আৰ্মীৰ সৈতেও মুনছেৰৰ সম্পৰ্ক আছে বুলি তথ্য লাভ কৰিছে আৰক্ষীয়ে।ৰাজ্যৰ কেইবাঠাইতো কূটাঘাতৰ পৰিকল্পনা কৰিছিল মুনছেৰে। কিছুদিন পূৰ্বে তামিলনাডুৰ পৰা খাৰুপেটীয়ালৈ আহিছিল মুনছেৰ। মুনছেৰ আলী নামৰ জেহাদীটোৰ ঘৰ পশ্চিম কামাৰপাৰা গাঁৱত বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *