Share and Enjoy !

Shares

কলিয়াবৰৰ শালনা চাহ বাগিছাৰ খেল পথাৰত চি এম কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ।

কেবিনেট মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে খেলখন।

উপস্থিত থাকে কলিয়াবৰ সমজিলাৰ আয়ুক্ত ৰাজ বৰুৱা।

খেলখনত কলিয়াবৰৰ মুঠ ১৬ টা দলে অংশগ্ৰহণ কৰিব।

খেলখনৰ সামৰণি অনুষ্ঠান সোণাৰি চাহ বাগিছা খেলপথাৰত অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *