Share and Enjoy !

Shares

জুৰীয়াত প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY )ৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জুৰীয়াতো *”উন্নত অৱাস সমৃদ্ধ জীৱন” মূল মন্ত্ৰৰে পিএম্ এওৱাই আচঁনিৰ জৰিয়তে ৰূপহী হাট বিধানসভা সমষ্টিৰ জুৰীয়া আৰু বগৰিগুৰি উন্নয়ন খণ্ডৰ মুঠ ৮১৭৯ গৰাকী হিতাধিকাৰীক জুৰীয়া কদমনি টাউন হাইস্কুলত শ শ ৰাইজৰ উপস্থিতিত গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। অনুমোদন পত্ৰ প্ৰদান কৰে বিধয়ক নুৰুল হুদা আৰু আমিনুল ইছলামে ।

Leave a Reply

Your email address will not be published. Required fields are marked *