তীব্ৰবেগী দুচকীয়া বাহনৰ খুন্দা পথচাৰীক; গুৰুতৰভাৱে আহত দুজনতীব্ৰবেগী দুচকীয়া বাহনৰ খুন্দা পথচাৰীক; গুৰুতৰভাৱে আহত দুজন

Share and Enjoy !

Shares

নিশা মালিগাঁৱৰ বৰিপাৰাত শোকাৱহ পথ দুৰ্ঘটনা।

নম্বৰ প্লেটবিহীন দুচকীয়া বাহনৰ খুন্দা পথচাৰীক।

মালিগাঁও-আদাবাৰী দিশত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।

এজন লোকে পথ অতিক্ৰম কৰাৰ মুহূৰ্তত তীব্ৰবেগত অহা দুচকীয়া বাহনে খুন্দা মাৰে।

বাহনখনৰ গতিবেগ ইমানেই আছিল যে দুয়োজন বহু দূৰ চুচৰি যায়।

এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুচকীয়া বাহনখনৰ চালকজনৰ লগতে পথচাৰীজন।

বৰ্তমানলৈকে জানিব পৰা হোৱা নাই চালক আৰু পথচাৰী দুজনৰ পৰিচয়

ঘটনাস্থলীত উপস্থিত হৈছে যানবাহন আৰক্ষীৰ দল।

সংকটজনক অৱস্থাত আহত লোকদুজনক GMCHত ভৰ্তি কৰোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *