তীব্ৰবেগী স্কুটি আৰু পালচাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত ২জন,আহত ২জনতীব্ৰবেগী স্কুটি আৰু পালচাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত ২জন,আহত ২জন

Share and Enjoy !

Shares

শনিবাৰে নিশা টিংখাঙৰ সৰোজনীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

 

এখন তীব্ৰবেগী স্কুটি আৰু এখন পালচাৰ বাইকৰ মুখামুখি সংঘৰ্ষ।

 

সংঘৰ্ষত থিতাতে নিহত ২জন।

 

ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২জন।

 

দুৰ্ঘটনাটোত আহত জোন নায়ক আৰু ৰোহিত নায়কৰ অৱস্থাত সংকটজনক।

 

আহত লোকদুজনক দুয়োকে সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ।

 

দুৰ্ঘটনাত মৃত্যু হোৱা লোক দুজনৰ নাম পাপু তাঁতী আৰু ধন সোণাৰ।

 

মৃত পাপু তাঁতীৰ ঘৰ সৰোজনী বৰলাইনত আৰু ধন সোণাৰৰ ঘৰ ২ নং সাপকাইটত বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *