দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।

Share and Enjoy !

Shares

দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ আদৰণি জনালে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক।

ৰাণৱে’ত ৰৈ পুটিনক কৰমৰ্দনৰ পিছত সাবটি ধৰি নতুন দিল্লী-মস্কোৰ বন্ধুত্বৰ বাৰ্তা তুলি ধৰিলে প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছত একেখন গাড়ীতে ৰাওনা হয় মোদী-পুটিন।

Leave a Reply

Your email address will not be published. Required fields are marked *