পুনৰ মহানগৰীত হিট এণ্ড ৰাণৰ ঘটনা; CCTVত বন্দী দুৰ্ঘটনাৰ দৃশ্য…পুনৰ মহানগৰীত হিট এণ্ড ৰাণৰ ঘটনা; CCTVত বন্দী দুৰ্ঘটনাৰ দৃশ্য…

Share and Enjoy !

Shares

পুনৰ মহানগৰীত সংঘটিত হিট এণ্ড ৰানৰ ঘটনা ৷ তীব্ৰগতিত অহা বাহন খুন্দাত থিতাতে নিহত এজন যুৱক ৷ জয়ানগৰত সংঘটিত হৈছে এই ভয়ংকৰ দুর্ঘটনাটো ৷ ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে হুণ্ডাই i20 বাহন খন ৷ মৃত যুৱকজনৰ নাম অনুৰাগ দাস। বয়স ১৯ বছৰ ৷

 

নিশাই আৰক্ষীয়ে মৃত যুৱকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে জিএমচিএইছলৈ ৷ আনহাতে আৰক্ষীয়ে হিট এণ্ড ৰানৰ ঘটনা সংঘটিত কৰা হুণ্ডাই i20 বাহন খনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷

 

উল্লেখ্য যে দুর্ঘটনা সংঘটিত কৰি বাহন খন পলায়ন কৰাৰ সমগ্ৰ দৃশ্য বন্ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *