পুনৰ যোৰহাট আৰক্ষীৰ জালত পচা গুণ্ডা ওৰফে ৰমেশ বাছফৰ।
নিষিদ্ধ ড্ৰাগছসহ পচাক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ।
পচাৰ গড়মূৰস্থিত ঘৰত চলিছিল আৰক্ষীৰ অভিযান। অভিযানত উদ্ধাৰ নিষিদ্ধ ড্ৰাগছৰ লগতে নগদ ডেৰ লক্ষাধিক টকা।
পচাৰ জোঁৱায়েক গোপাল তাঁতীকো গ্ৰেপ্তাৰ।
বহু অপৰাধজনিত ঘটনাৰে জড়িত পচা গুণ্ডা। চাৰি বছৰ পূৰ্বে আৰক্ষীৰ গুলীত আহত হৈছিল পচা গুণ্ডা।
