প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাকমুহূৰ্তত মহানগৰীৰ জালুকবাৰীত অঘটন
ৰে’লৰ খুন্দাত নিহত এজন লোক
জালুকবাৰী কাটিয়া দলঙৰ ৰে’ল লাইনৰ ওপৰত এই ঘটনা
মৃত লোকজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই
ৰে’লৰ খুন্দাত বহুদূৰলৈ চিটিকি যায় লোকজন
ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষীৰ দল
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ