Share and Enjoy !

Shares
বিশ্বনাথ জিলাৰ গহপুৰৰ বিভিন্ন প্ৰান্তত ফাইলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ।
গহপুৰত বৰ্তমান ১১ গৰাকী লোক আক্ৰান্ত হৈছে ফাইলেৰিয়াত।
ৰোগৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ তথা সংক্ৰমণ ৰোধ কৰিবলৈ জিলা স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।
ইতিমধ্যে মেলেৰিয়া বিভাগে গাঁৱে গাঁৱে আৰম্ভ কৰিছে সজাগতা অভিযান।

Leave a Reply

Your email address will not be published. Required fields are marked *