মেঘালয়ত অসমৰ যুৱকক নৃশংস হত্যা মেঘালয়ত অসমৰ যুৱকক নৃশংস হত্যা

Share and Enjoy !

Shares

মেঘালয়ত অসমৰ যুৱকক নৃশংস হত্যা।

হত্যা কৰি মেঘালয়ৰ ঘন জংঘলত ওলোমাই থ’লে মৃতদেহ।

যুৱকজন মহানগৰীৰ বশিষ্ঠৰ তপন দে’ বুলি চিনাক্ত।

মেঘালয়ৰ দাওকীৰ পেন্সুলা নামৰ ঠাইত সংঘটিত এই ঘটনা।

ব্যৱসায়ৰ কামত মেঘালয়লৈ গৈছিল তপন দে’।

শনিবাৰে নিশা উদ্ধাৰ হৈছিল তপন দে’ৰ মৃতদেহ।

সম্প্ৰতি মেঘালয় আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত।

বিয়লিলৈ পৰিয়ালৰ লোকক গতাই দিব মৃতদেহ।

ইতিমধ্যে পৰিয়ালৰ লোক উপস্থিত হৈছে ঘটনাস্থলীত।

Leave a Reply

Your email address will not be published. Required fields are marked *