সংবাদমেলৰ মাজতে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক আটকসংবাদমেলৰ মাজতে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক আটক

Share and Enjoy !

Shares

সংবাদমেলৰ মাজতে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক আটক।

 

জি এছ ৰোডৰ হোটেল এপ’ল’ গ্ৰেণ্ডত সংবাদমেল সম্বোধন কৰিছিল ৰণ্টু পানীফুকনে।

 

বীৰ লাচিত সেনাৰ সদস্যক গ্ৰেপ্তাৰৰ পিছতে সম্বোধন কৰিছিল সংবাদমেল।

 

সংবাদ মেল সম্বোধন কৰি থকাৰ সময়তে DCP মৃণাল ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে ৰণ্টু পানীফুকনক।

Leave a Reply

Your email address will not be published. Required fields are marked *