সলনি কৰিলে দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নামসলনি কৰিলে দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নাম

Share and Enjoy !

Shares

সলনি কৰিলে দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নাম। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন নামেৰে নামকৰণ।এতিয়াৰে পৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক জনা যাব ‘সেৱা তীৰ্থ’ নামেৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নাম সলনি কৰাৰ লক্ষ্য হৈছে শাসন ব্যৱস্থাত সেৱাৰ মনোভাৱক প্ৰসাৰিত কৰা। শেহতীয়া বছৰবোৰত দেশৰ বহু চৰকাৰী অট্টালিকা আৰু পথৰ নাম সলনি কৰা হৈছে, যিয়ে শাসন ব্যৱস্থাৰ চিন্তাধাৰাৰ এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত দিয়ে।আনহাতে দেশজুৰি ৰাজভৱনৰো নাম সলনি কৰা হৈছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *