হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুই যুৱকৰ জনজাগৰন যাত্ৰাহিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুই যুৱকৰ জনজাগৰন যাত্ৰা

Share and Enjoy !

Shares

হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুই যুৱকৰ জনজাগৰন যাত্ৰা

লংকাৰ ১ নং কাকীৰ নিৰঞ্জন শইকীয়া আৰু জয়ন্ত বাছা নামৰ দুই যুৱকে জুবিনৰ ফটো লগাই জুবিন ক্ষেত্ৰলৈ বুলি চাইকেলেৰে আৰম্ভ কৰিছে যাত্ৰা।

জুবিনৰ ন্যায়ৰ লগতে ড্ৰাগছ মুক্ত অসম, বাল্য বিবাহ ৰোধ কৰা আৰু বহু বিবাহ বন্ধ কৰাৰ উদ্দেশ্যৰে এই জনজাগৰন যাত্ৰা কৰা বুলি তেওঁলোকে উল্লেখ কৰে ।

প্ৰথমে তেওঁলোকে জুবিন ক্ষেত্ৰলৈ যাব পাছত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিস্থললৈ যাব আৰু পাছত মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়লৈ যাব।

জুৱিন গাৰ্গক অতি সোনকালে ন্যায় প্ৰাধান কৰিব লাগে দাবী জনায় দুই যুৱকে

Leave a Reply

Your email address will not be published. Required fields are marked *