ৰাস কমিটী সমূহলৈ এককালীন সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰেৰাস কমিটী সমূহলৈ এককালীন সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে

Share and Enjoy !

Shares

ৰাজ্যৰ ৰাস কমিটীসমূহলৈ ভাল খবৰ।

 

ৰাস কমিটী সমূহলৈ এককালীন সাহায্য আগবঢ়াব ৰাজ্যচৰকাৰে।

 

ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তৰ কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

 

ৰাজ্যৰ ২০৬৮খন ৰাস কমিটীক ২৫ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদানৰ সিদ্ধান্তত কেবিনেটে মঞ্জুৰি প্ৰদান কৰে।

 

মাজুলীৰ ৫৭খন ৰাস কমিটীক ৫০ হাজাৰ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত।

 

ৰাজ্যৰ বাকী ৰাস কমিটীয়ে ২৫ হাজাৰ টকাকৈ এককালীন সাহায্য লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *