Month: October 2025

নিশা অবৈধ জুৱা খেলি থকাৰ মাজতে লগৰীয়াৰ লগত মাৰপিট; পুৱা ফুটপাথৰ ওপৰত উদ্ধাৰ মৃতদেহ

ডিগবৈত উদ্ধাৰ যুৱকৰ মৃতদেহ। ডিগবৈ থানাৰ অন্তৰ্গত ১নং গোলাইৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মঙলবাৰে পুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ…

বিধ্বংসী অগ্নিকাণ্ড;১২খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত ভস্মীভূত,১০কোটি টকাৰ ক্ষয়-ক্ষতি

দীপাৱলীৰ আনন্দৰ মাজতে ধুবুৰী বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নিমিষতে ধুবুৰী কমলা পট্টিৰ হকাৰ মাৰ্কেটৰ ১২খনকৈ দোকানত সংঘটিত হয় অগ্নিকাণ্ড। জানিব…

নৃশংস হত্যাকাণ্ড! পিতা-পুত্ৰই মিলি মৰিয়াই মৰিয়াই হত্যা কৰিলে জেষ্ঠ ভাতৃক।

হিংসা,হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ…

আজি ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠক অসম আৰক্ষীৰ দুজনীয়া তদন্তকাৰী দলটোৰ

আজি ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ’ব অসম আৰক্ষীৰ দুজনীয়া তদন্তকাৰী দলটো। বৈঠকত মিলিত হ’ব SIT ৰ মুৰব্বী মুৰব্বী মুন্না…

মৰমৰ গ’ল্ডীৰ অবৰ্তমানত গৰিমা গাৰ্গৰ জন্মদিন;ফেচবুকত মাথো লিখিলে ‘Goldie…’

আজি গৰিমা শইকীয়া গাৰ্গৰ ওপজা দিন। আনবাৰৰ দৰে এইবাৰৰ কথাবোৰ একেই নহয়। মৰমৰ গল্ডি নাই, গৰিমাৰ জন্মদিন উদযাপন কৰিবলৈ। কঠিন…

কলিয়াবৰত বন্যহস্তীৰ তাণ্ডৱ; বন্যহস্তীৰ আক্ৰমণত মৃত্যু মহিলাৰ

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ…

আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালীপূজা;কিন্তু পূৰ্বৰ তুলনাত ৰাজ্যত নাই দীপাৱলীৰ উছাহ

আজি পোহৰৰ উৎসৱ দীপাৱলী। শাৰদী ৰাণীৰ আঁচলত ধৰি ধৰালৈ নামি আহিছে দীপান্বিতা উৎসৱ। সমান্তৰালভাবে আজি কালী পূজাও উদযাপন কৰা হয়।…

সাগৰীয়া যোদ্ধাৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতিৰক্ষা বাহিনীৰ সৈতে দীপাৱলী উদযাপন কৰে। আজি প্ৰধানমন্ত্ৰীগৰাকী দীপাৱলী উদযাপনৰ বাবে গোৱাৰ উপকূলত…

ভয়ংকৰ বিমান দুৰ্ঘটনা;ৰানৱেৰ পৰা পিছলি সাগৰত পৰিল বিমান

সোমবাৰে পুৱতি নিশা ভয়ংকৰ বিমান দুৰ্ঘটনা। বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে সমুদ্ৰত পৰিল এখন কাৰ্গো বিমান। দুৰ্ঘটনাগ্ৰস্ত বিমানখন ডুবাইৰ পৰা আহি…