কন্যাৰ জন্মদিনৰ দিনাই কৰুণ ঘটনা! মৃত্যু পিতৃ-মাতৃৰ
মহানগৰীৰ ভৰলুমুখত ভয়ংকৰ অগ্নিকাণ্ড। ভৰলুমুখৰ ৮ নং গেটত থকা পোষ্ট অফিচ বিল্ডিঙত অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে সূত্ৰপাত হয় জুইৰ। ঘটনাস্থলীত…
মহানগৰীৰ ভৰলুমুখত ভয়ংকৰ অগ্নিকাণ্ড। ভৰলুমুখৰ ৮ নং গেটত থকা পোষ্ট অফিচ বিল্ডিঙত অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে সূত্ৰপাত হয় জুইৰ। ঘটনাস্থলীত…
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতি বছৰে ১৬ নৱেম্বৰৰ দিনটোক সমগ্ৰ দেশে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰে(National Press Day 2025)…
বক্সাৰৰ BOSS বিজেপিৰ আনন্দ মিশ্র। IPSৰ চাকৰি বাদ দি ৰাজনীতিত যোগদান কৰা আনন্দ মিশ্ৰই বিধায়ক হ’ল। বিজেপি দলৰ হৈ বিহাৰৰ…
শিক্ষা বিভাগত বৃহৎ নিযুক্তি ৰাজ্য চৰকাৰৰ। খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত বুধবাৰে ৮ হাজাৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।…
ৰাজ্যত বন্যহস্তীৰ মুক্ত বিচৰণ। খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ…
হাইলাকান্দি চহৰৰ ১৬ নং ৱাৰ্ডৰ শিৱ লোকনাথ লেনত নিশি কুটুম্বৰ হানাত চাঞ্চল্যকৰ ঘটনা।। স্থানীয় সূত্রে জানিব পৰা মতে, স্থানীয় বাসিন্দা…
বুধবাৰে বিয়লি অসম প্ৰকাশন ভাৰতীৰ সভাগৃহত পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সংবাদ মেল এখন অনুষ্ঠিত হৈ যায়। উক্ত সংবাদ মেলখনিত উপস্থিত…
মেঘালয়ত অসমৰ যুৱকক নৃশংস হত্যা। হত্যা কৰি মেঘালয়ৰ ঘন জংঘলত ওলোমাই থ’লে মৃতদেহ। যুৱকজন মহানগৰীৰ বশিষ্ঠৰ তপন দে’ বুলি চিনাক্ত।…
বলীউদৰ বিশিষ্ট শিল্পী সুলক্ষণা পণ্ডিতৰ দেহাৱসান। ৭১ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে। জানিব পৰা অনুসৰি কিছুদিন ধৰি অসুস্থ…
জনপ্ৰিয় পাঠক, অসম নাগাৰা নাম সন্থাৰ সভাপতি ৰামচৰণ ভৰালী আৰু নাই। নিশা ১২:২০ বজাত ইহসংগাৰ ত্যাগ কৰে বিশিষ্ট নাগাৰা নামৰ…