প্ৰথমবাৰৰ বাবে ICC মহিলা বিশ্বকাপত অসমৰ উমা ছেত্ৰী। বাংলাদেশ বনাম ভাৰতৰ মেচত স্থান লাভ খেলুৱৈগৰাকীৰ। ৰিয়ান পৰাগৰ পিছত এদিনীয়া ক্ৰিকেটত অভিষেক অসম সন্তান উমা ছেত্ৰীৰ। ২৮ জুলাইত শ্ৰীলংকাৰ বিৰুদ্ধে টী-২০ অভিষেক ঘটিছিল উমা ছেত্ৰীৰ। ৩১খন টী-২০ মেচত ৪২১ ৰান সংগ্ৰহ কৰিছে উমা ছেত্ৰীয়ে।ক্ৰিকেট বিশ্বকাপৰ মেচ খেলা প্ৰথম অসমীয়া হিচাপে পৰিগণিত অসম কন্যা উমা ছেত্ৰী।ভাৰতীয় উইকেটকীপাৰ ৰিছা ঘোষৰ স্থানত বাংলাদেশৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচত স্থান লাভ কৰে উমা ছেত্ৰীয়ে।প্ৰথমবাৰৰ বাবে ICC মহিলা বিশ্বকাপত অসমৰ উমা ছেত্ৰী। বাংলাদেশ বনাম ভাৰতৰ মেচত স্থান লাভ খেলুৱৈগৰাকীৰ। ৰিয়ান পৰাগৰ পিছত এদিনীয়া ক্ৰিকেটত অভিষেক অসম সন্তান উমা ছেত্ৰীৰ। ২৮ জুলাইত শ্ৰীলংকাৰ বিৰুদ্ধে টী-২০ অভিষেক ঘটিছিল উমা ছেত্ৰীৰ। ৩১খন টী-২০ মেচত ৪২১ ৰান সংগ্ৰহ কৰিছে উমা ছেত্ৰীয়ে।ক্ৰিকেট বিশ্বকাপৰ মেচ খেলা প্ৰথম অসমীয়া হিচাপে পৰিগণিত অসম কন্যা উমা ছেত্ৰী।ভাৰতীয় উইকেটকীপাৰ ৰিছা ঘোষৰ স্থানত বাংলাদেশৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচত স্থান লাভ কৰে উমা ছেত্ৰীয়ে।

Share and Enjoy !

Shares

প্ৰথমবাৰৰ বাবে ICC মহিলা বিশ্বকাপত অসমৰ উমা ছেত্ৰী।

বাংলাদেশ বনাম ভাৰতৰ মেচত স্থান লাভ খেলুৱৈগৰাকীৰ।

ৰিয়ান পৰাগৰ পিছত এদিনীয়া ক্ৰিকেটত অভিষেক অসম সন্তান উমা ছেত্ৰীৰ।

২৮ জুলাইত শ্ৰীলংকাৰ বিৰুদ্ধে টী-২০ অভিষেক ঘটিছিল উমা ছেত্ৰীৰ। ৩১খন টী-২০ মেচত ৪২১ ৰান সংগ্ৰহ কৰিছে উমা ছেত্ৰীয়ে।ক্ৰিকেট বিশ্বকাপৰ মেচ খেলা প্ৰথম অসমীয়া হিচাপে পৰিগণিত অসম কন্যা উমা ছেত্ৰী।ভাৰতীয় উইকেটকীপাৰ ৰিছা ঘোষৰ স্থানত বাংলাদেশৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচত স্থান লাভ কৰে উমা ছেত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *