Share and Enjoy !

Shares

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননী গোপাল মহন্তৰ ভাতৃ তথা জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ অৰুনাচলৰ পঞ্জীয়নভুক্ত কোম্পানী “Patkai energy company private Ltd.”-ৰ বাবেই ড° ননীগোপাল মহন্তই অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী গৰাকীক ডক্টৰেট ডিগ্ৰী দিলে নেকি? লগতে শ্যামকানু মহন্তৰ অন্য তিনিটা কোম্পানীৰ মালিকীস্বত্ব তেখেতৰ পত্নীৰ থকাৰ পিছতো কিয় ED-য়ে শ্যামকানুৰ পত্নী অনিতা ডেকাক জেৰা নকৰাৰ সন্দৰ্ভত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ উপ-সভাপতি দুলু আহমেদৰ এক প্ৰেছ বিবৃতি।

Leave a Reply

Your email address will not be published. Required fields are marked *