মহানগৰীৰ উদ্ধাৰ বৃহৎ পৰিমানৰ ড্ৰাগছ।
গড়চুকৰ পামহীৰ পৰা ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী।
সৰবাৰহকাৰী পৰা উদ্ধাৰ ড্ৰাগছ ভৰ্তি চাবোন বাকচ।
মণিপুৰৰ সৰবৰাহ কৰি ড্ৰাগছখিনি লৈ আহিছিল গুৱাহাটীলৈ
গড়চুক আৰক্ষীয়ে উদ্ধাৰ ড্ৰাগখিনি। লগতে এখন বিলাসী ASO1GNO247 নম্বৰৰ হোণ্ডা এমেজ বাহন ও জব্দ কৰাৰ লগতে 63000 টকা ও উদ্ধাৰ কৰিছে সৰবৰাহকাৰী দুজনৰ পৰা।
জানিব পৰা মতে, মহানগৰীৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰা সৰবৰাহকাৰীয়ে চলাই আহিছিল ড্ৰাগছ ব্যৱসায়। সৰবৰাহকাৰী পৰা উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫ লাখ টকা। দুই সৰবাৰহকাৰী নাম তপন শৰ্মা,পৰী বড়ো। আৰক্ষীয়ে আটক কৰা দুই সৰবৰাহকাৰী অব্যাহত ৰাখিছে জেৰা।
