ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।
আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় গৰিমা শইকীয়া গাৰ্গক।
শনিবাৰৰ পৰা দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল গৰিমা শইকীয়া গাৰ্গ।
শৰীৰত ছুগাৰৰ পৰিমাণ যথেষ্ট কম আৰু টোপনি নোহোৱাৰ বাবেই শাৰীৰিক সমস্যাই দেখা দিছে বুলি জনাইছিল চিকিৎসকে।