Share and Enjoy !

Shares

বিজেপিৰ ঐতিহাসিক বিজয়। ঐতিহাসিক পিছতে সংবাদমেল সম্বোধন ডঃ হিমন্ত বিশ্ব শর্মাৰ।

বশিষ্ঠৰ বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে হিমন্ত বিশ্ব শর্মাই।

হিমন্ত বিশ্ব শর্মাই।কয়, ‘‘বিজেপি মিত্ৰজোঁটে ইতিহাসিক বিজয় লাভ কৰাৰ দিশে গৈ আছে। অসমৰ ৰাজনীতিত নতুন ইতিহাস ৰচনা কৰিছে। ১০০খন আসন পূৰ্বে লাভ কৰা নাছিল।’’

লগতে কয় যে ‘‘অসমবাসীৰ ওচৰত শিৰণত কৰিছোঁ। অসমবাসী ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছো ৰাজ্যবাসীৰ হকে কাম কৰিম। প্ৰধানমন্ত্ৰী মোদীক পুনৰবাৰ ধন্যবাদ জনাইছো।’’ কেন্দ্ৰীয় গৃহমন্ত্ৰীকো কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *