Share and Enjoy !

Shares

নিশা শোণিতপুৰৰ মিট চাপ্লাইত ভয়ংকৰ পথ দুৰ্ঘটনা।

বাইক আৰু এখন স্কুটীৰ মাজত হৈছিল মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী।

নিহত বাইক আৰোহী জন সৰুপাট গাঁৱৰ প্ৰীয়ম বৰা বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত।হয় স্কুটি আৰোহী।

দুজন যুৱকক সংকটজনক অৱস্থাত নিশাই তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।

Leave a Reply

Your email address will not be published. Required fields are marked *