Share and Enjoy !

Shares

দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ।

ডিব্ৰুগড়ত কেইবাটাও প্রকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে।

অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপনৰ লগতে জনসভা সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

ধেমাজিত মিচিং সাংস্কৃতিক মহোৎসৱতো অংশগ্ৰহণ কৰিব অমিত শ্বাহে। ইপিনে ৩০ জানুৱাৰীত সন্ধিয়া ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *