Share and Enjoy !

Shares

২৯ ডিচেম্বৰত অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ।

উদ্বোধন কৰিব আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়।

গুৱাহাটীৰ CCTV প্রকল্পৰো উন্মোচন কৰিব অমিত শ্বাহে।

জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ মুকলি কৰিব গৃহমন্ত্ৰীয়ে।

৫হাজাৰ লোক একেলগে বহিব পাৰিব এই প্রেক্ষাগৃহত।

বৰদোৱাত শংকৰদেৱৰ জন্মভূমিৰ প্ৰকল্প উন্মোচন কৰিব।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভত মন্তব্য কৰি কয় যে, ২৯ ডিচেম্বৰত অমিত শ্বাহ আহিব অসমলৈ। বৰদোৱা থানৰ প্ৰকল্প উদ্বোধন কৰিব অমিত শ্বাহে। গুৱাহাটীত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব মন্ত্ৰী শ্বাহে। ৫০০০ লোক বহিব পাৰিব সেই প্ৰেক্ষাগৃহত। গুৱাহাটীৰ CCTV আঁচনিৰ উদ্বোধন কৰিব অমিত শ্বাহে। অহা মাহত ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে।

Leave a Reply

Your email address will not be published. Required fields are marked *