Share and Enjoy !

Shares

অগপ ত্যাগ জয়ন্ত খাউণ্ডৰ।

ৰঙানদী সমষ্টিৰ দাবীদাৰ আছিল জয়ন্ত খাউণ্ড ।

ৰঙানদী সমষ্টি বিজেপিক এৰি দিয়াৰ পাছতে এই সিদ্ধান্ত জয়ন্ত খাউণ্ডৰ।

শীঘ্ৰেই কংগ্ৰেছত যোগদানৰ সম্ভাৱনা নেতাগৰাকীৰ।

অতুল বৰাৰ ঘৰত গৈ দিলে পদত্যাগ পত্র।

Leave a Reply

Your email address will not be published. Required fields are marked *