পৰ্বতঝোৰাত অব্যাহত আছে চোৰাং গৰু সৰবৰাহ।দেওবাৰে নিশা টিপকাই আৰক্ষীৰ অভিযানত ১৯টা চোৰাং গৰুসহ ১২জন সৰবৰাহকাৰী আটক।
দৈবিনীৰ জংগলৰ পৰা চোৰাং গৰুসহ আটক কৰে সৰবৰাহকাৰীকেইটা।।পশ্চিম বংগৰ পৰা পৰ্বতঝোৰা জংগলৰ মাজেদি ধুবুৰীহৈ বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চোৰাং গৰু চক্ৰটোৰ।
আটকাধীন ধৃত সৰ্বৰাহকাৰী কেইটা ক্ৰমে- বিজয় মুণ্ডা,নিখিল সৰেন,অনিল মুর্মূ,জাপান টুডু,নাগুৱা মুণ্ডা,মঙ্গল টুডু,লিডা টুডু,মগল হাসদা,সুনীল টুডু,হাফিজুল আলী,ধন ৰাম ব্ৰহ্ম,মনোজ ব্ৰহ্ম।
সৰবৰাহকাৰীকেইটাক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।