Author: News Desk

যাত্ৰীবাহী ট্ৰেভেলাৰ চালকক গাড়ী ৰখাই ৰাজপথতে চোকা অস্ত্ৰৰে আক্ৰমণ

বৃহস্পতিবাৰে বিয়লি যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা। যাত্ৰীবাহী ট্ৰেভেলাৰ চালকক গাড়ী ৰখাই ৰাজপথতে চোকা অস্ত্ৰৰে আক্ৰমণ। আক্ৰমণত গুৰুতৰভাৱে আহত হয়…

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। বৃহস্পতিবাৰে সন্ধিয়া ৬ বাজি ৩১ মিনিটত অনুভূত হয় জোকাৰণি। ৰিখটাৰ স্কেলত ৪.১ আছিল প্ৰাবল্য। ভূমিকম্পটোৰ অভিকেন্দ্ৰ…

গুৱাহাটীত ‘ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলন ২০২৬’

গুৱাহাটীত ‘ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলন ২০২৬’ । দেশৰ বস্ত্ৰ শিল্প খণ্ডৰ বিকাশ আৰু ভৱিষ্যতৰ ৰণনীতি প্ৰস্তুত কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ…

পঞ্চভূতত বিলীন হ’ল উত্তৰ পূৱ বিজেপিৰ পিতামহ কবীন্দ্ৰ পুৰকায়স্থ

পঞ্চভূতত বিলীন উত্তৰ পূৱ বিজেপিৰ পিতামহ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰ দেহ। বৃহস্পতিবাৰে শিলচৰ স্মশান ঘাটত ৰাজ্যিক মৰ্যাদাৰে…

মহানগৰীত এইবাৰ কুকুৰ চোৰৰ সন্ত্ৰাস;ৰাজপথৰ পৰা কুকুৰ চুৰি কৰি পৰিল আৰক্ষীৰ জালত

মহানগৰীত এইবাৰ কুকুৰ চোৰৰ সন্ত্ৰাস। ৰাজপথৰ পৰা কুকুৰ চোৰ কৰি সাতগাঁও আৰক্ষীৰ জালত তিনি কুকুৰ চোৰ। ধৃত কুকুৰ চোৰকেইটা ক্ৰমে…

ৰূপহীহাটত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ…

গল্পকাৰ ড০ নমিতা বৈশ্যলৈ ২০২৫ বৰ্ষৰ ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা

গল্পকাৰ ড০ নমিতা বৈশ্যলৈ ২০২৫ বৰ্ষৰ ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা। এই বটাঁ আৰোহণৰ তৰফৰ পৰা প্ৰদান কৰিব। উল্লেখ্য যে,…

মৰিগাঁৱত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য; মৰিগাঁৱৰ কেবাটাও স্থান ভ্ৰমণ ৰাজ্যপালগৰাকীৰ

আজি দিনযোৰা কাৰ্যসূচীৰে মৰিগাঁৱত উপস্থিত হয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য।অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মৰিগাঁৱৰ কেবাটাও স্থান ভ্ৰমণ কৰে। ৰাজ্যপালগৰাকীয়ে…

বিধ্বংসী অগ্নিকাণ্ড; ভস্মীভূত ৩০ টা বাসগৃহ

লামডিঙত বিধ্বংসী অগ্নিকাণ্ড। পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত লামডিঙৰ বৃক ফিল্ড কলোনীৰ প্ৰায় ৩০ টা বাসগৃহ…

জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী সুৰেশ কলমাড়ীৰ মৃত্যু;দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছিল বৰ্ষীয়ান নেতাগৰাকী।

ভাৰতৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সুৰেশ কালমাদীৰ দেহাৱসান ৷ মঙলবাৰে পুৱা ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ…