Share and Enjoy !

Shares

বিশ্বনাথ জিলাত প্ৰতিবাদী কাৰ্যসূচী ।বিশ্বনাথ জিলা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত,আছা বিহালী আঞ্চলিক সমিতি, বিহালী কাৰ্বিকলা সাংস্কৃতিক সমাজ আৰু বিশ্বনাথ জিলা অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ সহযোগত কাৰ্বি আলংত খিলঞ্জীয়া লোকক ভাবুকি দিয়াৰ প্ৰতিবাদত বৰগাংত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহন কৰে সচিব প্ৰধাণ ৰিতুল বৰুৱা,সাংগঠনিক সচিব দীপক শৰ্মা;সদস্য পলাশ কোছ;জিলা অধ্যক্ষ লক্ষী ভুঞা;সচিব নৱজোতি দাস;বিহালী আছা সম্পাদক;অজিত কুমী;কাৰ্বি কলা কৃষ্টি সমাজৰ ডিনেশ্বৰ হানছে আদিয়ে।দোষীয়ে উচিত শাস্তি পোৱাটো বিচাৰিছে বুলি প্ৰতিবাদত অংশ লোৱা সকলে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *