Share and Enjoy !

Shares

বজালী পাটাছাৰকুছিৰ সমীপৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।

বলেৰ’ খুন্দাত নিহত এজন স্কুটী আৰোহী।

মৃত লোকজন উমেশ ৰয় বুলি চিনাক্ত কৰা হৈছে।

নিহত উমেশ ৰয় অৱসৰ প্ৰাপ্ত এছ এছ বি জোৱান বুলি জানিব পৰা গৈছে।

ইতিমধ্যে বলেৰ’ খন জব্দ কৰিছে পাঠশালা আৰক্ষীয়ে।

মৃতদেহটো পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *