Share and Enjoy !

Shares

বজালী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

বজালী হৰিপুৰ চকত ভয়ংকত পথ দুৰ্ঘটনা।

দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ।

গুৰুতৰ ভাবে আহত তিনি জন বাইক আৰোহী।

গুৰুতৰ ভাবে আহত ভক্তৰদবা গাঁৱৰ চাবেদ আলী কলগছিয়াৰ আজিযুৰ হক।

আহত আতাই কেইজনক পাঠশালা শ্বহীদ মদন ৰাউটা অসামৰিক চিকিৎসালয় ভৰ্তি কৰা হয় যদিও ২ জন ব্যক্তিক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

ঘটনা স্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *