Share and Enjoy !

Shares

বকোত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ।

“ভোট চোৰ,চকী এৰক” শ্লোগানেৰে শীৰ্ষক কংগ্ৰেছৰ প্ৰতিবাদ।

কামৰূপ জিলা কংগ্ৰেছৰ সমিতিৰ উদ্যোগত এই প্ৰতিবাদ।

বকো আৰু বনগাঁও ব্লক কংগ্ৰেছ সমিতিৰ সহযোগত প্ৰতিবাদ।

বিভিন্ন শ্লোগানত উত্তাল পৰিস্থিতি।

ভোট চোৰ হুচিয়াৰ, ধৰ ধৰ ভোট চোৰক ধৰ, গণতন্ত্ৰ ৰক্ষা কৰক আদি শ্লোগান দি প্ৰতিবাদ।

ৰাজীৱ ভৱনৰ পৰা সমদল কৰি সমজিলাৰ কাৰ্যালয় ঘেৰাও।

বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়িকা নন্দিতা দাস, প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, জিলাৰ সভাপতি প্ৰাঞ্জিত চৌধুৰী, APCCৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱাকে ধৰি বহুকেইজন কংগ্ৰেছৰ নেতা উপস্থিত থাকে।

প্ৰশাসনে কংগ্ৰেছৰ প্ৰতিনিধি দল এটাক বকো-ছয়গাঁও সমজিলা কাৰ্যালয়ত উপস্থিত থকা পলাশবাৰী সমজিলা আয়ুক্ত ৰশ্মি বৰুৱা গগৈক সাক্ষাৎ কৰিবলৈ সুবিধা দিয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞা ভোটাৰক লৈ কৰা কটাক্ষক তীব্ৰ সমালোচনা কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে।

Leave a Reply

Your email address will not be published. Required fields are marked *