বঙাইগাঁও আৰক্ষীৰ সফলতা।
গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ চুৰিকাণ্ডত লিপ্ত পৰ্টেলৰ সাংবাদিক।
সাংবাদিক বুলি নিজকে পৰিচয় দিছিল ইমামুল হকে
নিশা আৰক্ষীৰ বেশত চুৰিকাণ্ড কৰি চলাই আহিছিল তাণ্ডৱ
বঙাইগাঁও আৰক্ষীয়ে দিশপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে ইনামুল হক, সঞ্জয় দাস আৰু প্ৰজ্ঞান নাৰ্জাৰীক
যোৱা ৫ নৱেম্বৰত নতুনপাৰা এপাৰ্টমেন্ট এটাত আৰক্ষীৰ বেশত কৰিছিল চুৰিকাণ্ড
উদ্ধাৰ তিনি জাঁই সজীৱ গুলী, ৭ডাল সোণৰ চেইন, ৯ টা মবাইল, ৬ টা আঙুঠি, ২টা ৰূপৰ মুদ্ৰা আৰু নগদ ৯৮ হাজাৰ টকা
তিনিওকে বঙাইগাঁও আৰক্ষীৰ জেৰা অব্যাহত
