হঠাতে হেৰাই গ’ল ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ অম্লানজিৎ বৰঠাকুৰ, এটা পথ দুৰ্ঘটনাই অকালতে কাঢ়ি নিলে আৰক্ষী জোৱান অম্লানজিতক
ৰাজ্যৰ উদীয়মান পাঞ্জা খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক প্ৰাপ্ত তথা অসম আৰক্ষীৰ জোৱান অম্লানজিৎ বৰঠাকুৰৰ সোমবাৰে নিশা নগাঁও জিলাৰ ৰহাৰ…