‘‘গোটেই ষ্ট’ৰীটোৰ আমি এটা অংশহে, আগে-পিছে বহু কাহিনী আছে।’’জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কিহৰ ইংগিত দিলে অভিযুক্ত দেৱজ্যোতি হাজৰিকাই ?
প্ৰথমবাৰলৈ সংবাদ মাধ্যমৰ সন্মুখত ভাষ্য প্ৰবাসী অসমীয়া দেৱজ্যোতি হাজৰিকাৰ।SIT জেৰাৰ অন্তত প্ৰথমবাৰৰ বাবে মুখ খুলিলে জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ অন্যতম…