শ্বহীদ স্মাৰক ক্ষেত্ৰত ঐতিহাসিক অসম আন্দোলনৰ ৮৬০গৰাকী অমৰ শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ প্ৰধানমন্ত্ৰী মোদীৰ
দেওবাৰে বৰাগাঁও শ্বহীদ স্মাৰকক্ষেত্ৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শ্বহীদ স্মাৰকক্ষেত্ৰত উপস্থিত হৈ অসম আন্দোলনৰ জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে…