কাইলৈ গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প;উদ্বোধনৰ পূৰ্বে প্ৰকল্পস্থলী পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দেওবাৰে নিশা দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।সোমবাৰে পুৱা ১১.৩০…