অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দুদিনীয়া ভ্রমণসূচীৰে ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী
অহা ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। দুদিনীয়া অসম ভ্রমণকালত প্রধানমন্ত্রী মোদীয়ে বৰঝাৰস্থিত লোকপ্রিয়…